Breaking

মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক।ঘটনাস্থলীত এচডিআৰএফ বাহিনী

0 2,122

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ সমীপৰ ঘিলাঝাৰত অঘটন৷

বৰলীয়া আৰু বাল্টি নদীৰ সংগম স্থলীত মাছ মাৰিবলৈ গৈ নৈৰ সোঁতত উটি গৈ সন্ধানহীন এজন লোক৷

সন্ধানহীন লোকজন তামুলপুৰৰ সাহপুৰৰ অৰ্জুন বড়ো।

সোমবাৰে দুপৰীয়া চাৰিজন লোকে উক্ত স্থানত মাছ মাৰি থাকোতে হঠাৎ এজন লোকক পানীৰ সোঁতে উটুৱাই লৈ যায় ৷

ঘটনাস্থলীলৈ ৰাওনা এচডিআৰএফ বাহিনী সহ জিলা প্ৰশাসনৰ লোক ৷

Leave A Reply