Breaking

দেৰগাঁৱৰ ৰঙামাটিত পুৱাই পথ দুৰ্ঘটনাত পতিত ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখন…

0 47

🛑 দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
🛑পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনাটো
🛑নিয়ন্ত্ৰণ হেৰুৱা দ খাৱৈত সোমাল নৈশ বাছ।


🛑গুৱাহাটী পৰা শিৱসাগৰৰ অভিমুখে আহি আছিল ব্ৰহ্মপুত্ৰ নামৰ বাছখন।
🛑বাছখনত আছিল ১৫জন যাত্ৰী।
🛑 আহত যাত্ৰী সকলক চিকিৎসাৰ বাবে
যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে।


🛑ৰঙামাটি টোলগেটৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো।
🛑দূৰ্ঘটনাত পতিত হোৱা বাছ খনৰ নম্বৰ AS01KC5227

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply