Breaking

মিজোৰামৰ চাইটুৱাল জিলাত খাকাউনত দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী টাটা ছুম…

0 43

মিজোৰামৰ চাইটুৱাল জিলাত ভয়ংকৰ দুৰ্ঘটনা।

খাকাউনত দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী টাটা ছুম’। দুৰ্ঘটনাত চালকসহ ৩ জনকৈ লোক নিহত।

গুৰুতৰভাৱে আহত হৈছে আন ৯ গৰাকী যাত্ৰী। চোৰাচান্দপুৰৰ পৰা আইজললৈ আহি আছিল যাত্ৰীবাহী ছুম’খন। চোৰাচান্দপুৰ-আইজল পথৰ শোচনীয় অৱস্থাৰ বাবে এই দুৰ্ঘটনা।

Leave A Reply