April 7, 2024 গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বনভোজৰ দল… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বনভোজৰ দল। আমজোঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী, আহত ৬গৰাকী লোক। ৪ গৰাকীৰ অৱস্থা সংকটজনক। Author: দৈনন্দিন বাৰ্তা Related Articles মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet’s Association দৈনন্দিন বাৰ্তা - July 12, 2025 ধুবুৰীত ৩৫০০ বিঘা মাটিত উচ্ছেদ অভিযানঃ উচ্ছেদিত জনতাৰ কাষত অখিল গগৈ, নিৰুদ্দেশ সাংসদ ৰকীবুল হুছেইন!Akil Gogi and Rakibul Hussain দৈনন্দিন বাৰ্তা - July 8, 2025 অর্চিতা ফুকনৰ জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan দৈনন্দিন বাৰ্তা - July 8, 2025