Breaking

লাচিত বৰফুকনৰ কীৰ্তিচিহ্ন ছবিৰে উদ্ভাসিত হ’ল দিল্লীৰ মেট্ৰ’ ষ্টেচনৰ চৌপাশ…

0 75

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ ব্যাপক আয়োজন।

দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিল লাচিত বৰফুকনৰ কীৰ্তিচিহ্ন। লাচিত বৰফুকনৰ ছবিৰে উদ্ভাসিত হ’ল দিল্লীৰ মেট্ৰ’ ষ্টেচনৰ চৌপাশ।

লাচিতৰ ছবিৰে সজাই তোলা হ’ল বিশেষ ৰে’ল। ২৩ আৰু ২৪ নৱেম্বৰত নতুন দিল্লীত উদযাপন হ’ব লাচিত দিৱস। বিজ্ঞান ভৱন আৰু সুন্দৰ নাৰ্ছাৰীত অনুষ্ঠিত হ’ব জন্ম জয়ন্তী।

Leave A Reply