Breaking

উত্তৰাখণ্ডৰ নিৰ্মীয়মাণ টানেলত নিৰ্মাণৰ সময়তে ভাঙি পৰিল ছিলকিয়াৰা টানেলৰ এটা অংশ…

0 57

উত্তৰাখণ্ডৰ নিৰ্মীয়মাণ টানেলত অঘটন। নিৰ্মাণৰ সময়তে ভাঙি পৰিল ছিলকিয়াৰা টানেলৰ এটা অংশ।

টানেলৰ ভিতৰত আবদ্ধ হৈ পৰিছে ৪০জনকৈ শ্ৰমিক। উত্তৰকাশীত ছিলকিয়াৰাৰ পৰা দণ্ডালগাঁৱলৈ নিৰ্মাণ কৰি থকা হৈছে টানেলটো।

ঘটনাস্থলীত NDRF-SDRFৰ উদ্ধাৰকাৰী দলে চলাইছে অভিযান। আবদ্ধসকলক যোগান ধৰা হৈছে খাদ্য, পানী।

Leave A Reply