মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি ! আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ… উত্তৰ-পূৰ্বাঞ্চল By দৈনন্দিন বাৰ্তা Last updated Sep 22, 2023 0 35 Share মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি। আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ। মেইৰা পাইবীৰ সদস্যৰ আক্ৰমণ আৰক্ষীৰ বিষয়াৰ বাসগৃহত। বাসগৃহটোত অগ্নিসংযোগৰো চেষ্টা দলটোৰ। বাসগৃহটোৰ সামগ্ৰী ভাঙি তচনচ কৰে আক্ৰমণকাৰী মহিলাই। manipur 0 35 Share