September 6, 2023 সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক… Share FacebookTwitterWhatsAppTelegramKooEmail সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত অঘটন। তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক। থিতাতে নিহত নাহৰকটীয়াৰ মৃদু সোণোৱাল। ঠিকাদাৰৰ অধীনত ৰে’লৰ চিৰি বহুওৱা কামত নিয়োজিত আছিল লোকজন Author: দৈনন্দিন বাৰ্তা Related Articles মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet’s Association দৈনন্দিন বাৰ্তা - July 12, 2025 ধুবুৰীত ৩৫০০ বিঘা মাটিত উচ্ছেদ অভিযানঃ উচ্ছেদিত জনতাৰ কাষত অখিল গগৈ, নিৰুদ্দেশ সাংসদ ৰকীবুল হুছেইন!Akil Gogi and Rakibul Hussain দৈনন্দিন বাৰ্তা - July 8, 2025 অর্চিতা ফুকনৰ জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan দৈনন্দিন বাৰ্তা - July 8, 2025