দেৰগাঁৱৰ শান্তিপূৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা! নিহত এজন…

এখন চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যুক সাৱটি লৈছে বাইক আৰোহী বগৰিয়নি গাৱঁৰ তৰুণ বৰাৰ একমাত্ৰ পুত্ৰ বিপ্লৱজ্যোতি বৰাই।প্ৰাক্তন আছু কৰ্মী, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন উপ মুখ্য অধিনায়ক কেন্দ্ৰিয় সেৱাবাহিনীৰ, লগতে এজন সুদক্ষ অভিনেতা আৰু শিৰোমণি নাট্যগোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল বিপ্লৱজ্যোতি বৰা।


জানিব পৰা মতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চাৰিচকীয়া বাহন খনে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Related Articles