April 18, 2024 নিউ বঙাইগাঁও জংচনত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail নিউ বঙাইগাঁও জংচনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ড্ৰাগছসহ এজন সৰবৰাহকাৰীৰ আটক। জব্দ ড্ৰাগছভৰ্তি ৭টা চাবোনৰ বাকচ, এটা মোবাইল আৰু আধাৰ কাৰ্ড। ড্ৰাগছ সৰবৰাহকাৰী বেনেছ আলীক আটক। Author: দৈনন্দিন বাৰ্তা Related Articles ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৃদ্ধ দম্পতীৰ ডেৰ লাখ টকাৰ সাহায্য, বানাক্ৰান্তৰ বাবে আৰু সহায়ৰ আহ্বান দৈনন্দিন বাৰ্তা - August 14, 2026 বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো দৈনন্দিন বাৰ্তা - August 13, 2026