Breaking

কৰ্ণাটক মাইছুৰুৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন হ’ব ৰাম মন্দিৰত…

0 29

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অযোধ্যাত ব্যাপক প্ৰস্তুতি৷ ইয়াৰ মাজতে এজন ভাস্কৰ্য শিল্পীক লৈ দেশজুৰি চৰ্চা৷

চৰ্চাত কৰ্ণাটক মাইছুৰুৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজ৷ শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন হ’ব ৰাম মন্দিৰত৷ ৰাম মন্দিৰ ট্ৰাষ্টে নিৰ্বাচন কৰিছে যোগীৰাজৰ সৃষ্টিক৷

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা৷

Leave A Reply