Breaking

এক আজৱ ঘটনা : দুখন মুখ ,চাৰি চকুৰ গৰুৰ পোৱালী জন্ম

0 1,555

এই আজৱ ঘটনাটো এই খন অসমৰে ৷

দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হাজৰিকাপাৰা অঞ্চলৰ কুৱৰীগাওত আশ্চৰ্যজনক গৰুৰ পোৱালী জন্ম ৷

সাধাৰণ গৰুতকৈ ব্যতিক্ৰম এই গৰু পোৱালীটো ৷
তাৰেনী ডেকা নামৰ লোকজনৰ ঘৰত জন্ম হয় এই পোৱালীটো ৷
সাধৰন গৰুতকৈ ব্যতিক্ৰম পোৱালীটো, আকৃতিত গৰু যদিও গৰুৰ পোৱালীটোৰ দুখন মুখ আৰু চাৰিটা চকু আছে ৷

জন্ম পোৱাৰ পিছত এতিয়া পোৱালী টো সুস্থিৰ অৱস্থাতে আছে ৷

ইপিনে আশ্চৰ্যজনক গৰু পোৱালীটো ভূমিষ্ঠ হোৱাৰ বাতৰি বিয়পি পৰাত অঞ্চলটোৰ ৰাইজৰ মাজত গৰুটোৰ গৰাকীৰ ঘৰত উৎসুক ৰাইজ উপস্থিত হৈ চক্ষুৰে চাবলৈ ভিৰ কৰিছে ৷

Leave A Reply