Breaking

৭.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গ’ল টাইৱান…

0 9
  • ২৫ বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী ভূমিকম্প
  • টাইৱানত উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছুনামীৰ আশংকা

  • টাইৱানৰ লগতে জাপান ফিলিপাইনছতো ছুনামীৰ আশংকা

  • ৭.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গ’ল টাইৱান। ফলত টাইৱানৰ একাধিক অঞ্চলত বিস্তৰ ক্ষতিৰ খবৰ পোৱা গৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে বিভিন্ন ভিডিঅ’।
Leave A Reply