Breaking

শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিহত এজন ছাত্ৰ…

0 83

শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে।

শনিবাৰে পুৱাৰ ভাগত ‘AS01BG9710’ নম্বৰৰ পঞ্জীয়নভুক্ত চুইফট বাহনে কাষৰ পৰা তীব্ৰ বেগত ডাম্পাৰ ট্ৰাকৰ সৈতে খুন্দা মাৰে।

এই সংঘৰ্ষৰ ফলত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোক আহত হয়। নিহত ছাত্ৰজনক লুকু শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

Leave A Reply