Breaking

সোণাৰিৰ লংপতীয়া হাবিত শুকুৰমণি ঘাটোৱাৰ নামৰ এগৰাকী মহিলাক হত্যা…

0 32

সোণাৰিৰ লংপতীয়া হাবিত হত্যাকাণ্ড। শুকুৰমণি ঘাটোৱাৰ নামৰ এগৰাকী মহিলাক হত্যা।

অচিনাক্ত ব্যক্তিয়ে হত্যা কৰি মৃতদেহ পেলাই থৈ গ’ল পথাৰত।

মহিলাগৰাকীৰ বুকু আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট। লংপতীয়া হাবিৰ গাঠিয়া ঘাটোৱাৰৰ পত্নী শুকুৰমণি।

Leave A Reply