Breaking

নাজিৰাত ড্ৰাগছসহ আটক এজন যুৱক

0 2,023

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত নাজিৰা বৰতল অঞ্চলৰ পৰা নাজিৰা আৰক্ষীয়ে নিষিদ্ধ ককেইন সহ এজন যুৱকক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ মেতৃত্বত চলা নাজিৰা আৰু শিমলুগুৰি আৰক্ষীৰ যৌথ অভিযানত বৰতল অঞ্চলৰপৰা দেৱব্ৰত বৰা নামৰ এজন ২১ বছৰীয়া যুৱকক ১৩ . ৩০  গ্ৰাম হেৰইন সহ গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতেই আৰক্ষীৰ দলটোৱে নাজিৰাৰ আন কেইবা স্থানটো অভিযান চলায় যদিও আৰু কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply