Breaking

ঢাকনাবাৰিৰ এজন যুবক নিৰুদ্দেশ

0 2,045

পৰীক্ষা দিবলৈ গৈ সন্ধানহীন এজন  যুবক পৰীক্ষা দিবলৈ গৈছিল দক্ষিণ বইটামাৰী হাই মাদ্ৰাছাতযুবক জনৰ নাম ছামিম আকন্দ বুলি জানিব পৰা গৈছে উল্লেখ্য যে বঙাইগাও জিলাৰ  ঢাকনাবাৰীৰ বাসিন্দা আব্দুল মান্নান আকন্দৰ একমাত্ৰ পুত্ৰ ছামিম আকন্দ নামৰ যুবকজনে যোৱা মঙলবাৰ দিনা পৰীক্ষা দিবলৈ দক্ষিণ বইটামাৰী হাই মাদ্ৰাছা স্কুললৈ যায়।জানিব দিয়া মতে যুবকজনক তেওঁৰ দেউতাকে চাইকেলেৰে স্কুলৰ সন্মূখত থৈ আহে কিন্তু পৰীক্ষা শেষ হোৱাৰ পিছত যুবক জন উভতি নহাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰে পিছত আত্মীয় আৰু ওচৰ চুবুৰীয়াৰ ওচৰত খবৰ কৰিবলৈ আৰম্ভ কৰে  ।বৰ্তমান উক্ত ছামিম আকন্দ  নামৰ যুবক  জন কত আৰু কি অৱস্থাত আছে পৰিয়ালৰ লোকে এতিয়ালৈকে কোনো শুং সুত্ৰ নোপোৱাত উপায় হীন হৈ অৱশেষত বইটামাৰী উপ আৰক্ষী চকীত এখন জাননি দাখিল কৰে  । যদি কোনো সদাশয় ব্যাক্তিয়ে ছামিম আকন্দ নামৰ যুবকজনৰ অনুসন্ধান লাভ কৰে তেন্তে 6001392183 নম্বৰত  যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায়।

Leave A Reply