ছিপাঝাৰৰ ডুমুনীচকীত পানীৰ প্ৰৱল সোঁতে উটুৱাই নিলে এজন যুৱকক।যুৱকজনৰ নাম মহিবুল হক।বানত ঘৰ বুৰি যোৱা ভায়েকৰ খবৰ লবলৈ গৈছিল যুৱকজন।


১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলেৰে বৈ যোৱ জান এটি পাৰ হ’ব খোজোতেই এই দূৰ্ঘটনা।এতিয়ালৈ উদ্ধাৰ হোৱা নাই যুৱকজন।এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱকজনক। এচ ডি আৰ এফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ কাৰ্য।

