Breaking

সৰভোগ সাহাপুৰুত নিৰুদেহ এজন যুৱক

0 72

অসমত সঘনাই সংঘটিত হৈ আছে নিৰুদেহৰ ঘটনা৷

সৰভোগ সাহাপুৰৰ হানিফ উদ্দিন আলী মণ্ডলৰ পুত্ৰ ৰবিউল আলী যোৱা তিনিদিন ধৰি নিৰুদেহ হৈ আছে৷

বুধবাৰে বৰপেটাৰোডৰ পৰা ই-ৰিস্কাৰে বৰপেটালৈ ভাৰা লৈ যোৱাৰ পিছৰে পৰা নিখোজ হৈ আছে ৰবিউল আলী।

আবেলিৰ পৰা সন্ধিয়া সময়ত পত্নীৰ লগত যোগাযোগ আছিল আৰু সন্ধিয়া সাত বজাৰ পিছৰ পৰা নিৰুদেহ যুৱকজন । মোবাইল ফোন চুইছ অফ হৈ আছে যুৱকজনৰ।

হালধীয়া ৰংঙৰ গেঞ্জী আৰু জিঞ্জচৰ পেন্ট পিন্ধি উলাই গৈছিল যুৱকজন।

কোনো সদাশয় ব্যক্তিয়ে ৰবিউল নামৰ যুৱকজনক সন্ধান পালে 9334587909/ 60014899468 ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Leave A Reply