Breaking

তামুলপুৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট সহ এজন যুৱকক আটক…

0 46

তামুলপুৰ জিলাৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত এন কে দৰঙাত এক গোপন সূত্ৰৰ পম খেদি দিলু ছেত্ৰীৰ ঘৰত অভিযান চলাই নিচাজাতীয় টেবলেট সহ দিলু ছেত্ৰী (৩৫)ক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন দিলু ছেত্ৰীৰ বাসগৃহৰ পৰা ১.২০০ কিলোগ্ৰাম নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত নিচাজাতীয় টেবলেট সমূহৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা।

আটকাধীন লোকজনক আজি তামুলপুৰ আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।

Leave A Reply