Breaking

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক…

0 54

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক । স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ।

আজি ৰাতি পুৱা প্ৰায় ৭ মান বজাত ৰাণী পেপচি কোম্পানীৰ পৰা কাম কৰি ঘৰত আহি থকা অৱস্থাত, Delhi public school ৰ AS 01 PC 1675 বাছ খনে মহতিয়াই লৈ যায় AS 01 Fl 8710 নম্বৰৰ MT Yamaha দুচকিয়া বাহনখন ।
খুন্দাৰ ফলত বাইক আৰোহী জন থিতাতে নিহত হয়।

দূৰ্ঘটনাত থিতাতে নিহত হোৱা লোকজন মিৰ্জা সোণতোলাৰ ২২ বছৰীয়া সত্য হীৰা ।বৰ্তমান মৃত লোকজনক পলাশবাৰী আৰক্ষী থানাত আনি মৰন্তোৰ পৰীক্ষাৰ বাবে জি এম চি লৈ প্ৰেৰণ কৰে।

Leave A Reply