Breaking

জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…

0 32

জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। দ পিতনিত সোমাই পৰিল বাছখন।

সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা বাছখনৰ ৪০গৰাকী যাত্ৰীৰ।

Leave A Reply