Breaking

ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নেতৃত্বত প্ৰচাৰ কাৰ্যসূচী…

0 23

ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নেতৃত্বত ব্যাপকভাৱে চলি আছে প্ৰচাৰ কাৰ্যসূচী। আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাকুমত বিভিন্ন জাতি-জনগোষ্ঠীৰ সহস্ৰাধিক লোকৰ উপস্থিতিত এখন প্ৰচাৰ সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

এই সভাখনত পাঁচশতকৈও অধিক লোকে আম আদমি পাৰ্টীত যোগদান কৰে। এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিত ঢৌ বৈছে আম আদমি পাৰ্টীৰ।

ঝাড়ুৰে বিজেপিক এফালৰ পৰা চাফা কৰিবলৈ আমি ওলাই আহিছোঁ। অসমীয়াৰ আৱেগক লৈ কুটিল ৰাজনীতি কৰে বিজেপিয়ে,ৰাইজ সাৱধান।ক’লা-বগা,হিন্দু-মুছলমানৰ ৰাজনীতিৰ মেৰপাকত নপৰিব তিনিচুকীয়াত AAPৰ জনসভাত হুংকাৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ

Leave A Reply