Breaking

গুৱাহাটীবাসীক খোৱাপানী যোগানৰ দাবীত প্ৰতিবাদ আম আদমি পাৰ্টী…

0 56

প্ৰত্যেকখন নিৰ্বাচনী প্ৰচাৰ সভাত বিকাশৰ কথা কৈ থকা বিজেপি চৰকাৰখনে প্ৰকৃততে কিমান বিকাশ সাধন কৰিছে সেয়া গুৱাহাটীবাসীয়ে ক’ব। গুৱাহাটীবাসীক নিৰ্বাচনৰ সময়ত চুইছ টিপিলেই খোৱাপানী পাব বুলি বিজেপি দলে কৰা ভুৱা প্ৰতিশ্ৰুতিৰ ফলাফল এতিয়া মহানগৰবাসীয়ে দেখিছে ৷

গুৱাহাটীবাসীক খোৱাপানী যোগানৰ দাবীত আজি আম আদমি পাৰ্টী অসমে গুৱাহাটী পৌৰনিগম ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ গুৱাহাটীবাসীৰ খোৱাপানী সমস্যা সমাধান নোহোৱাৰ পৰ্যন্ত আপে অবিৰত সংগ্ৰাম কৰি যাব

Leave A Reply