Breaking

তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব আম আদমী পাৰ্টীয়ে…

0 63

তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব আম আদমী পাৰ্টীয়ে!

আম আদমী পাৰ্টীত বিভিন্ন দল সংগঠনৰ লোকৰ যোগদান ৷

শোনিতপুৰ লোকসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ মনোনীত প্ৰাথী ঝষিৰাজ কৌণ্ডিল্যই সংবাদমাধ্যমৰ আগত কয় যে তেওঁ জয়ী হ’লে প্ৰথম কাম কৰিব তেজপুৰত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু শোনিতপুৰ লোকসভা সমষ্টিত হাস্পাতলৰ ব্যৱস্থা কৰিব৷

Leave A Reply