Breaking

বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা গাঁৱত চুবুৰীয়ে চুবুৰীয়ে আপৰ নিৰ্বাচনী প্ৰচাৰ…

0 17

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা গাওঁত আজি চুবুৰীয়ে চুবুৰীয়ে আপৰ নিৰ্বাচনী প্ৰচাৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নীতি আদৰ্শ আৰু পাঞ্জাৱৰ পৰিৱৰ্তিত ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰায় শতাধিক কৰ্মী আহি আপত যোগদান কৰে।

আজিৰ সভা সমূহত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডান্যৰ লগত সংগ দিয়ে আপ অসমৰ ৰাজ্যিক সভাপতি ডঃ ভৱেন চৌধুৰীৰ লগতে বৰছলা বিধান সভাৰ আপৰ সন্মানীয় কার্যকৰ্তা সকলে।

Leave A Reply