Breaking

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী ! দেশৰ ২৫খন ৰাজ্যৰ ৰাজধানী, জিলা, ব্লকত সাব্যস্ত প্ৰতিবাদ…

0 10

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’লে AAPৰ মন্ত্ৰী-বিধায়ক, সাংসদে।

দেশৰ ২৫খন ৰাজ্যৰ ৰাজধানী, জিলা, ব্লকত সাব্যস্ত প্ৰতিবাদ।

উপবাসে থাকি কেজৰিৱালক আশীৰ্বাদ AAPৰ কৰ্মী-সমৰ্থকৰ । দিল্লীৰ মুখ্যমন্ত্ৰীৰ সমৰ্থনত EDৰ তদন্তৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী।

Leave A Reply