সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাইও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰাৰ লগতে ৰাজহুৱা স্থানত ক’লা পতকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুকৰ্মীয়ে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানো দিয়ে ৷ আনহাতে বঙাইগাঁও চহৰৰ বীৰ চিলাৰায় উৰণীয়া সেতুত সংগঠনটোৰ কৰ্মীয়ে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশ্যে পিচত আৰক্ষীয়ে ক’লা পতাকাখন খুলি লৈ যায় ৷
Breaking
- পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা
- আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে
- ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন
- মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন
- শ্ৰীৰামপুৰত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম স্কুলৰ উদ্বোধন
- বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ
- দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা
- বিহালীত দলে দলে বিজেপিত যোগদান