Breaking

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ডবকাত আছুৰ প্ৰতিবাদ

0 67


ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ আজি  ডবকাতো বিদ্যুত মাছুল বৃদ্ধিৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে৷

দুপৰিয়াৰ ভাগত ডবকাৰ পুলিছ পইন্টতত চৰকাৰ বিৰুধী বিভন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা ছাত্ৰ সন্থাই৷ 

কোনো কাৰণতে বিদ্যুত মাছুল বৃদ্ধিৰ সিদ্ধান্ত মানি লোৱা নহব বুলি  হুংকাৰ আছু কৰ্মীৰ ৷

চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত অতি শীঘ্ৰে বাতিলৰো দাবী আছুৰ হোজাই জিলা নেতৃত্বৰ ৷ 

Leave A Reply