August 29, 2024 আছুৰ ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ… Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ ডিব্ৰুগড় জিলা সভাপতিৰ পদত্যাগ। ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ। ব্যক্তিগত কাৰণত পদত্যাগ ছাত্ৰনেতাজনৰ। ২০২০ত ডিব্ৰুগড় জিলা আছুৰ সাধাৰণ সম্পাদক আছিল গগৈ। ২০২৪ত লাভ কৰিছিল ডিব্ৰুগড় জিলা আছুৰ সভাপতিৰ দায়িত্ব। Author: দৈনন্দিন বাৰ্তা Related Articles মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ দৈনন্দিন বাৰ্তা - June 28, 2026 TMCৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক দৈনন্দিন বাৰ্তা - June 23, 2026 ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায় দৈনন্দিন বাৰ্তা - June 22, 2026