December 24, 2023 আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে’ স্মাৰক বঁটা ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ প্ৰদান… Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা-২০২৩’ ঘোষণা। ব্ৰহ্ম লোক সংস্কৃতিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ এই বঁটা। ২৭ ডিচেম্বৰত চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত আছুৱে প্ৰদান কৰিব বঁটা। Author: দৈনন্দিন বাৰ্তা Related Articles অসমীয়া চলচ্চিত্ৰ জগতলৈ অপূৰণীয় ক্ষতি: অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান । Actress Purvi Sharma দৈনন্দিন বাৰ্তা - July 15, 2026 জ্যেষ্ঠ সাংবাদিক ভূপেন মহন্তৰ গ্ৰন্থ ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ উন্মোচন । BOOK দৈনন্দিন বাৰ্তা - July 10, 2026 মাজুলীৰ নবীন কবি পপী দাসৰ কাব্য সংকলন ‘কবিতাৰ কৃষ্ণচূড়া’ উন্মোচন । Majuli দৈনন্দিন বাৰ্তা - July 9, 2026