December 18, 2023 কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী… Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী। মেঘালয়ৰ বৰ্ণিহাটৰ পৰা জমিল আহমদক গ্ৰেপ্তাৰ। জমিলৰ বিৰুদ্ধে নাৱালিকাক অপহৰণৰ অভিযোগ। দেওবাৰে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উদ্ধাৰ কৰে অপহৃতাক। ধৃত জমিলৰ ঘৰ হোজাইৰ ফৰমাপাৰ গাঁৱত। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026