Breaking

হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…

0 14

হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী। After Dark নামৰ এখন বাৰৰ স্বত্বাধিকাৰী আব্দুল ৰজ্জাক।

বাৰখন আৰম্ভৰ সময়ত ভিন্ন ব্যৱসায়ীক অংশীদাৰ বনাই ধন সংগ্ৰহ ।

সম্প্ৰতি বাৰখন বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছিল আব্দুলে। তাৰ পাছতে আব্দুলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগত গোচৰ ব্যৱসায়ীসকলৰ।

Leave A Reply