Breaking

শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা !গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা…

0 70

শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা। গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা। দুৰ্ঘটনাত অসমৰ মানচিত্ৰৰ স্মাৰকটো ক্ষতিগ্ৰস্ত।

উদ্যানখনৰ ৰেলিঙৰ লগতে পকী অংশৰো ক্ষতিসাধন। চানমাৰিৰ দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন। সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক। ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক ।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ । বাহনখনত থকা আন এজন আৰোহীকো আটক আৰক্ষীৰ। দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী জোৱান। ফটো তুলি থকা অৱস্থাত এগৰাকী পথাচাৰীও আঘাতপ্ৰাপ্ত।

Leave A Reply