December 20, 2023 নিশা চানমাৰি উৰণসেতুত দুৰ্ঘটনা ! দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক… Share FacebookTwitterWhatsAppTelegramKooEmail নিশা চানমাৰি উৰণসেতুত দুৰ্ঘটনা। ডিভাইডাৰত খুন্দা তীব্ৰবেগী বাহনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক। সম্প্ৰতি চালকজনক GMCHত ভৰ্তি। সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026