Breaking

লাহৰীঘাটৰ বৰিবন্ধাত অনুষ্ঠিত ম’হ যুঁজত অঘটন ! ম’হ যুঁজ উপভোগ কৰি থকা অৱস্থাত গোনা ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন…

0 23

লাহৰীঘাটৰ বৰিবন্ধাত অনুষ্ঠিত ম’হ যুঁজত অঘটন।

ম’হ যুঁজ উপভোগ কৰি থকা অৱস্থাত গোনা ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন। আহত লোকজনৰ নাম শৰৎ চন্দ্ৰ নাথ।

আহত শৰৎ চন্দ্ৰ নাথ ধিং নিয়ন্ত্ৰিত বজাৰ সমিতিৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

Leave A Reply