October 3, 2023 শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা। কনভয়ৰ বাহনত খুন্দা আন এখন বাহনৰ। দুৰ্ঘটনাত আহত মহিলাসহ ৭গৰাকী কংগ্ৰেছ কৰ্মী। দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন। অৱশ্যে দুৰ্ঘটনাত আঘাত পোৱা নাই সাংসদগৰাকীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026