Breaking

দুলীয়াজানত হত্যাকাণ্ডৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ ! হিতেশ কোচ হত্যাৰে জড়িত আছিল বুধন হাজদা…

0 16

দুলীয়াজানত হত্যাকাণ্ডৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ। ধৃত যুৱকজন টিংখঙৰ ২নং ধাদুমীয়া গাঁৱৰ বুধন হাজদা। হিতেশ কোচ হত্যাৰে জড়িত আছিল বুধন হাজদা।

৫ জানুৱাৰীত বুঢ়ীদিহিং নৈত উদ্ধাৰ হৈছিল হিতেশ কোচৰ মৃতদেহ। হিতেশক ৪ বন্ধুৱে হত্যা কৰি মৃতদেহ পেলাই দিছিল নৈত।

আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ধৃত বুধন হাজদাৰ। বৰ্তমানেও পলাতক হৈ আছে আন ৩টা অভিযুক্ত।

Leave A Reply