ACS বিষয়া অৰূপ পাঠকৰ অকাল বিয়োগ।
ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয় ৰাজপত্ৰিত বিষয়াগৰাকীৰ।
স্নানাগাৰত পৰি গৈছিল ACS বিষয়াগৰাকী।
ততাতৈয়াকৈ বিষয়াগৰাকীক ভৰ্তি কৰা হৈছিল GNRC হাস্পতালত।
আজি পুৱা ৫:৩০ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু বিষয়াগৰাকীৰ।
গৃহ আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ যুটীয়া সচিব হিচাপে কৰ্মৰত আছিল পাঠক।
অৰূপ পাঠক কণ্ঠশিল্পী তৃষ্ণা দেৱীৰ স্বামী।

