May 2, 2022 ৰাইজৰ দলৰ প্ৰতিস্থাপক কাৰ্য্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ Share FacebookTwitterWhatsAppTelegramKooEmail ৰাইজৰ দলত এতিয়া খহনীয়া সৃষ্টি হৈছে।ৰাইজৰ দলৰ প্ৰতিস্থাপক কাৰ্য্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ।বৰ্তমান দিল্লীত আছে জিতুল ডেকা ।অতি শীঘ্ৰেই আপত যোগদানৰ সম্ভাৱনা। Author: দৈনন্দিন বাৰ্তা Related Articles কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক দৈনন্দিন বাৰ্তা - August 26, 2026 বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা দৈনন্দিন বাৰ্তা - August 26, 2026 পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026