May 3, 2024 শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ… Share FacebookTwitterWhatsAppTelegramKooEmail শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ৷ এটা পিষ্টল, দুজাঁই সক্ৰিয় গুলী, এটা মেগজিন, এটা ম’বাইল জব্দ৷ ছাইদুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পিছফালৰ পৰা জব্দ মাৰণাস্ত্ৰখিনি৷ Author: দৈনন্দিন বাৰ্তা Related Articles যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসকক দৈনন্দিন বাৰ্তা - October 17, 2026 মুকলি আকাশৰ তললৈ জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা দৈনন্দিন বাৰ্তা - October 13, 2026 উচ্চতম ন্যায়ালয়ত আজি পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ দৈনন্দিন বাৰ্তা - October 5, 2026