Breaking

Covid-19 পজিটিভ হোৱাৰ পিছতে অভিনেতা তথা DMDKৰ নেতা বিজয়কান্তৰ দেহাৱসান

0 29

অভিনেতা তথা DMDKৰ নেতা বিজয়কান্তৰ দেহাৱসান।
৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিজয়কান্তৰ।
চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু নেতাগৰাকীৰ।


ক’ভিডত আক্ৰান্ত নেতাগৰাকীক ৰখা হৈছিল ভেণ্টিলেশ্যনত।
Covid-19 পজিটিভ হোৱাৰ পিছত চেন্নাইত মৃত্যু হয় অভিনেতা তথা DMDKৰ প্ৰতিষ্ঠাপক বিজয়কান্তৰ।

Leave A Reply