Deepjyoti Keot: বিবাহপাশত আৱদ্ধ ‘মোহন’খ্যাত অভিনেতা দীপজ্যোতি কেওট

বিবাহপাশত আৱদ্ধ হ’ল ‘মোহন’খ্যাত জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট৷ (Deepjyoti Keot)

দৰাৰ সাজত বিউতি বাইলুং খ্যাত অভিনেত্ৰী চুমকি শইকীয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো।

বৃহস্পতিবাৰে বিবাহপাশত আৱদ্ধ হয় জনপ্ৰিয় অভিনেতাগৰাকী।

নগাঁৱৰ ডিফলুৰ বিদিশা ভূঞাৰ সৈতে নতুন জীৱনৰ পাতনি মেলিলে অভিনেতাজনে৷ অভিনেতাগৰাকীক অনুৰাগীয়ে জনাইছে শুভেচ্ছা আৰু শুভকামনা।

Related Articles