Breaking

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

0 31

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু | ৪০ বছৰৰ বয়সত মৃত্যু সৰুপৰ্দাৰ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ | হ্ৰদয়ৰোগত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু ঘটে অভিনেতা গৰাকীৰ | বিগ বছ ১৩ ৰ বিজয়ী আছিল অভিনেতা গৰাকীৰ| TV ৰ লগতে বহুতো হিন্দী চিনেমাতো অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা অভিনেতা গৰাকী বৰ্তমান আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় ললে | অভিনেতা গৰাকীৰ এনে মৃত্যুত এতিয়া সমগ্ৰ চলচিত্ৰ জগতত এক গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে |

Leave A Reply