Breaking

মালদ্বীপত চাইকেল চলোৱাত ব্যস্ত অভিনেত্ৰী পৰিনীতি চোপ্ৰা…

0 51

বৰ্তমান মালদ্বীপত সময় অতিবাহিত কৰিছে পৰিণীতি চোপ্ৰাই। পৰিণীতিয়ে মালদ্বীপৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।তেতিয়াৰ পৰাই বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ নাম আছে চৰ্চাৰ শিৰোনামত। পৰিনীতি আৰু ৰাঘৱ চাদ্ধাক প্ৰায়ে একেলগে দেখা যায়, তাৰ পিছত তেওঁলোকৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হয়। এইকেইদিন পৰিনীতি ছুটীৰ বাবে মালদ্বীপলৈ গৈছে। পৰিনীতিয়ে অনুৰাগীৰ আগত নিজৰ ছুটীৰ আভাস দেখুৱাইছে। মালদ্বীপত চাইকেল চলাই আনন্দত মতলীয়া অভিনেত্ৰীগৰাকী।

পৰিনীতিয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত পৰিণীতিৰ বাহিৰেও কোনো ব্যক্তি দেখা পোৱা নাই। যাৰ বাবে অনুৰাগীসকলে প্ৰশ্ন কৰিছে যে ৰাঘৱ তেওঁৰ লগত নাই যোৱা নেকি?

কামৰ ককা কবলৈ গ’লে পৰিনীতিক শেষবাৰৰ বাবে অমিতাভ বচ্চনৰ সৈতে উখতা ছবিত দেখা গৈছিল। অনুপম খেৰ, বোমান ইৰাণীকো এই ছবিখনত দেখা গৈছিল। এই ছবিখনে বক্স অফিচত ভাল সংগ্ৰহ কৰিলে। পৰিনীতিৰ অভিনয়ও ভাল হৈছিল।


Leave A Reply