Breaking

চাপৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু আদিল হাছান শিশুটিৰ…

0 19

চাপৰৰ আৰেয়াৰঝাৰ স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা

চাৰিচকীয়া বাহনে খুন্দিয়ায় ছাত্ৰ ছাত্ৰী অনা টেম্পুখনক

সংকটজনক অৱস্থাত দুজন ছাত্ৰক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও ছাত্ৰ দুজনৰ অৱস্থা গুৰুতৰ হোৱাত বঙাইগাঁওলৈ প্ৰেৰণ কৰিছিল

কিন্তু বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত আদিল হাছান (বয়স-৫)নামৰ ছাত্ৰ জনে অকাল মৃত্যুক আকোঁৱালি লয়

Leave A Reply