Breaking

পান মছলাৰ বিজ্ঞাপনে বৃদ্ধি কৰিলে সমস্যা! শ্বাহৰুখ, অক্ষয় আৰু অজয় ​​দেৱগনলৈ উচ্চ ন্যায়ালয়ৰ জাননী…

0 44

পান মছলাৰ বিজ্ঞাপনে বৃদ্ধি কৰিলে সমস্যা! শ্বাহৰুখ, অক্ষয় আৰু অজয় ​​দেৱগনে জাননী পালে উচ্চ ন্যায়ালয়ৰ পৰা। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু অজয় ​​দেৱগনলৈ জাননী প্ৰেৰণ কৰা হৈছে।

এই জাননী জাৰি কৰা হৈছে পান মছলা কোম্পানীৰ বিজ্ঞাপনৰ বিষয়ৰ। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু অজয় ​​দেৱগনক জাননী জাৰি কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই এই অৱমাননা আৱেদন সন্দৰ্ভত এই আবেদন খাৰিজ কৰিবলৈ লক্ষ্ণৌ বিচাৰপীঠলৈও আবেদন জনাইছিল।

Leave A Reply