Breaking

বিয়াৰ পিছত কিয়াৰাক বিশেষ তিনিটা নামেৰে মাতে অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই…

0 68

কফি উইথ কৰণ ৮: বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰাই কৰণ জোহৰৰ ‘কফী উইথ কৰণ ৮’ শ্ব’ৰ পৰৱৰ্তী অতিথি হিচাপে উপস্থিত থাকিব। এই শ্ব’টোত সিদ্ধাৰ্থে কয় যে তেওঁ পত্নী কিয়াৰা আদৱানীক কি নামেৰে মাতে। কৰণ জোহৰৰ আটাইতকৈ জনপ্ৰিয় আড্ডা শ্ব’ কফি উইথ কৰণ। এক তথ্য অনুসৰি সিদ্ধাৰ্থ মালহোত্ৰাই পত্নী কিয়াৰা আদৱানীক কি নামেৰে মাতে সেই কথা জনাইছে।

আচলতে ৰেপিড ফায়াৰ ৰাউণ্ডৰ সময়ত যেতিয়া কৰণে অভিনেতাজনক সুধিছিল যে আপুনি কিয়াৰাক কোন তিনিটা নামেৰে মাতে। এই বিষয়ে সিদ্ধাৰ্থই কৈছে, ‘লাভ, কি আৰু বে’ এই তিনিটা নামাৰে কিয়াৰাক নামাকৰণ কৰে সিদ্ধাৰৰ্থে।


Leave A Reply