Breaking

কিছু সময় পাছতে তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ…

0 68

আজি তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ।

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে। মুখ্যমন্ত্ৰীসহ ৬গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণৰ সম্ভাৱনা।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী। শপত গ্ৰহণৰ বাবে সজাই-পৰাই তোলা হৈছে ৰাজধানী হায়দৰাবাদ।

Leave A Reply