Breaking

সতীশ কৌশিকৰ মৃত্যুৰ পিছত কন্যাই ল’লে এটা চাঞ্চল্যকৰ সিদ্ধান্ত…

0 170

সতীশ কৌশিকৰ মৃত্যুৰ পিছত কন্যাই এটা চাঞ্চল্যকৰ সিদ্ধান্ত ল’লে, আপুনি জানিলে আচৰিত হ’ব! সতীশ কৌশিকৰ মৃত্যুৰ পিছত তেওঁৰ কন্যাই এনে এক চাঞ্চল্যকৰ সিদ্ধান্ত লৈছে। সতীশৰ কন্যাৰ এই সিদ্ধান্ত জানি সকলোৱে আচৰিত হৈছে। পত্নী আৰু এগৰাকী কেঁচুৱা কন্যা বংশিকাক এৰি থৈ গৈছে সতীশে। হাৰ্ট এটেকৰ বাবে সতীশ কৌশিকৰ মৃত্যু হয় যদিও মৃত্যুক লৈ আন বহু কথাও ওলাইছে। কিন্তু এই সকলোবোৰৰ মাজতে সতীশ কৌশিকৰ ১১ বছৰীয়া কন্যা বংশিকাই এনে এক চাঞ্চল্যকৰ সিদ্ধান্ত লৈছে যে আপুনি জানিলে আচৰিত হ’ব। বংশিকাৰ এই সিদ্ধান্তৰ পিছত তাইৰ পৰিয়ালৰ লোক সকলো আচৰিত হৈছে।

সতীশ কৌশিকৰ ১১ বছৰীয়া কন্যা বংশিকাৰ ইনষ্টাগ্ৰামত এটা একাউণ্ট আছিল। সতীশে কন্যা বংশিকাৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি টেগ কৰিছিল। কিন্তু বংশিকাই দেউতাকৰ মৃত্যুৰ জোকাৰণি ইমানেই অনুভৱ কৰিছে যে ইমান ডাঙৰ সিদ্ধান্ত লৈছে, যিটো জানিও আপুনিও থতমত খাব।সতীশ কৌশিকৰ মৃত্যুৰ এসপ্তাহৰ ভিতৰতে বংশিকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিছে। বংশিকাৰ এই সিদ্ধান্ত জানি সকলোৱে স্তম্ভিত হৈ পৰে। বংশিকাৰ এই সিদ্ধান্তৰ পৰা স্পষ্ট হৈ পৰিছে যে এই সময়ত তাইৰ কেনে অৱস্থাত থাকিব। একাউণ্টটো ডিলিট কৰাৰ পূৰ্বে বংশিকাই পিতৃ সতীশ কৌশিকৰ সৈতে এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছিল।

১৫ কোটিৰ ৰহস্য সমাধান হ’বনে?
দৰাচলতে সতীশ কৌশিকৰ মৃত্যুৰ পিছত দিল্লীৰ ব্যৱসায়ী পত্নী সানৱী মালুৱে দাবী কৰিছিল যে তেওঁৰ স্বামীয়ে সতীশ কৌশিকক ১৫ কোটি টকাৰ বিনিময়ত হত্যা কৰিছিল। বৰ্তমান এই বিষয়ৰ তদন্তত নিয়োজিত আৰক্ষী। সতীশ কৌশিকে চলচ্চিত্ৰ জগতত বহু উৎকৃষ্ট চৰিত্ৰত অভিনয় কৰিছে। ছবিবোৰত তেওঁ অভিনয় কৰা কিছুমান চৰিত্ৰ বহু হাস্যকৰ আছিল, আজিও অনুৰাগীয়ে মনত পৰিলে তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠে।

Leave A Reply